How to create a blog assamese

How to create blog assamese

Blogger ত website কেনেকৈ তৈয়াৰ কৰিব।


আপুনি অতি কম সময়ৰ ভিতৰতে আপোনাৰ নিজৰ Website মোবাইল বা computer বনাব পাৰিব। মোবাইলৰ দ্বাৰা কৰিব বিচাৰিলে chrome browser ত desktop site কৰি ললেই হল।
1.  আপুনি এটা Gmail account create কৰি লওক। যদি আছে sign in কৰিলেই হল।
2. Google ত গৈ www.blogger.com বুলি scerch কৰক।
3. Blogger official page t আপুনি create  blog কৰক।

5. এখন নতুন page ত আহিব।এতিয়া তাত  title লিখি website ৰ address দি
আপোনাৰ ভাল লগা theme এখন select কৰি continue  কৰক।
How to create Blog, sidd321.blogspot.com

ইতিমধ্যে আপোনাৰ website তৈয়াৰ হৈ গৈছে।
6.  New Post ত ক্লিক কৰি আপোনাৰ Website অনুসৰি আপুনি post লিখিব পাৰে।
পুংখানুপুংখভাৱে জানিবলৈ তলত দিয়া link টোত ক্লিক কৰক।
https://youtu.be/bf7Ggez7C9M লিখনি খিনি ভাল লাগিলে comment অাৰু share কৰি আপোনাৰ বন্ধু বান্ধৱীক জনাবলৈ নাপাহৰিব।
ধন্যবাদ।

Comments